পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওজা ডাইনাপালীঃ সেই সময়তে ৰামে কিয় সীতাক বুজাব নোৱাৰিলে। সোণৰ হৰিণ মায়াবী হৰিণ।

ভাৰ্য্যা সীতাক উপেক্ষা নকৰি হৰিণৰ পাছে পাছে খেদি

গ'ল। ডাইনাপালীঃ সেই সময়খিনিত ৰামে মূৰ্খৰ পৰিচয় দিছিল৷ ওজা ঃ ৰাৱন মূৰ্খ হৈছিল দুটা কাৰণত। এটা হ’ল ৰাৱনে অহঙ্কাৰত অন্ধ হৈ স্বৰ্গলৈ যোৱা পথ নিৰ্মাণ কৰিব খুজিছিল। দ্বিতীয় যেতিয়া ৰামে ৰাবন বধৰ বাবে দূর্গা পূজা পাতি, ৰাবনক পুৰোহিত হিচাবে নিমন্ত্ৰণ দিয়াত ৰাবন পুৰোহিত হৈ .... সংকল্পৰ সময়ত নিজৰ মৃত্যুৰ সংকল্প নিজেই লৈছিল। ঃ এই সময়ত ৰাবণে মুৰ্খৰ কাম কৰিছিল। মুৰ্খ দুর্যোধন। পঞ্চপাণ্ডব বনবাসৰ পৰা আহি দুর্যোধনৰ ওচৰত পাচ ভাইৰ বাবে পাচখন গাঁৱৰ অধিকাৰ বিচাৰিছিল। ওজা

যেতিয়া পঞ্চবতী বনত মায়াবী মাৰিছে সোণৰ হৰিণ

ৰূপেৰে সীতাক মোহিত কৰিছিল। সীতা দেৱীৰ কাতৰ অনুৰোধত ৰামে জীয়াই জীয়াই সোণৰ হৰিণ ধৰিবলৈ হৰিণৰ পাচে পাচে খেদি গৈছিল সেই অৱস্থা প্ৰভু ৰামে নাজানিছিল নেকি যে এইটো মৰ্চিৰ মায়া। ডাইনাপালীঃ ওজা ডাইনাপালীঃ ওজা

সেই কথাত অহঙ্কাৰী দুর্যোধনে কৈছিল পাঁচখন গাওঁতো

দূৰৰ কথা বিনাযুদ্ধে বেজিৰ আগত উঠা মাটিয়ো পাণ্ডবক হাহিৰ টোপোলা- ১০১