পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ডাইনাপালীঃ ৰজা বৰ ভাগৰি পৰিল। এজোপা ডাঙৰ গছৰ তলত বহি পৰিল। ভোগে পিয়াহে দুৰ্বল হৈ পৰিছে ৰজাৰ ওজা শৰীৰত নাই। ডাইনাপালী : ৰজাই ওপৰ ফালে মুখ কৰি চাই দেখে যে তেওঁ আওজি বহি থকা গছ ডালৰ ওপৰৰ পৰা গা গছ ডালেৰে . ........

বগা পনীয়াধৰণৰ পদাৰ্থ বৈ আহি আছে। ৰজাই

উপায়ন্তৰ হৈ বৈ অহা বগা পদাৰ্থবোৰ জিভাৰে চেলেকি খাবলৈ ধৰিলে। ওজা দেহ।

উঠি গৈ পানী বা খোৱা বস্তু বিচৰাৰ ক্ষমতা ৰজাৰ

ডাইনাপালীঃ একেৰাহে ৰজাই গছ জোপাৰ তলতেই কেইবাদিন বহি থাকিল। কিন্তু আচৰিত ধিনা চিকিৎসাত ৰজাৰ দেহৰ দুৰাৰোগ্য ঘাবোৰ শুকাবলৈ আৰম্ভ কৰিছে। ৰজা বৰ আচৰিত হ'ল। গছৰ ওপৰৰ পৰা বগা পদাৰ্থবোৰ কি, কৰ পৰা আহিছে। ৰজাৰ চাবৰ মন গ'ল। ৰজাই অনুমান কৰিলে দেহৰ দুৰ্বলতা নাই ঘাবোৰো শুকাইছে। নিশ্চয় এইয়া

মই চাব লাগিব বুলি ৰজা গছৰ ওপৰলৈ উঠি গ'ল। ই

কি এইয়া দেখোন এটা প্ৰকাণ্ড চৰাই। তাৰ বিষ্টাবোৰে গা গছেৰে বৈ আহিছিল। ইয়াৰ বিষ্ঠাত যদি ইমান গুণ, মঙহত নিশ্চয় শতগুণ থাকিব। ওজা ডাইনাপালী: 8 ওজা ডাইনাপালী :

এই বুলি ৰজাই চৰাইটো ধৰি তললৈ নমাই আনিলে।

পক্ষীক বধ কৰাৰ উদ্দেশ্যে হাতত খৰ্গ লোৱাৰ লগে হাহিৰ টোপোলা- ৯৯