পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

জ্ঞানীপক্ষী ডাইনাপালী : শাল্ব ৰজা বৰ প্ৰজাবৎসল ৰজা আছিল৷ দেশৰ প্ৰজাৰ যদি কোনো জতিল ৰোগ হয় ?

ৰজা শাল্বৰ ৰাজ ভাণ্ডাৰৰ ধনেৰে ৰোগী সকলক

চিকিৎসা কৰা হয় । ডাইনাপালী : তাৰ বাবে ৰজাই ৰাজ্যৰ সীমাৰ বাহিৰত চিকিৎসালয় নিৰ্মাণ কৰি থৈছে।

ইয়াৰ কাৰণ প্ৰজাৰ মাজত যাতে ৰোগ বিয়পিব নোৱাৰে

তাৰ বাবে ৰাজ্যৰ সীমাৰ বাহিৰত । ডাইনাপালী ঃ বেমাৰী প্ৰজাসকলক চিকিৎসা প্ৰদান কৰা হয়। সম্পূৰ্ণ আৰোগ্য হোৱাৰ পাছত নিজৰ ঘৰলৈ যাবলৈ অনুমতি দিয়া হয়। ওজা ওজা ওজা ডাইনাপালীঃ ওজা

দুৰ্ভাগ্য বশত এবাৰ ৰজাৰ কুষ্ঠ বেমাৰ আৰম্ভ হ'ল।

ৰজাই ভাবিলে প্ৰজাৰ বেমাৰ হ'লে মইৰাজ্যৰ বাহিৰত চিকিৎসা দান কৰো।

এতিয়া যদি মোৰ বেমাৰত ৰাজ্যৰ ভিতৰত থাকি

চিকিৎসা কৰা হয় ডাইনাপালী : এই কথাটো নীতি বিৰুদ্ধ হ’ব। নহয় মই প্ৰজাৰ মনত হেয় হোৱা কাম কৰিব নোৱাৰো। নানান চিন্তা কৰি এদিন ৰাতি ...

ৰজাই হাতত সাৰে ভৰিত সাৰে ঘৰৰ পৰা ওলাই গ'ল ৷

ৰাতিৰ পিছত দিন দিনৰ পিছত ৰাতি কেইবা দিন অৰণ্যৰ মাজে মাজে গৈ ..... হাহিৰ টোপোলা- ৯৮ ওজা ......