পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মই দিলো ধাৰা পাৰি বামুন পৰিল ধাৰাত৷ অনুমান কৰো বামুনৰ বাজনা দোতাৰাত ৷ বামুনে বোলে যযমান মোৰ হাগা লাগিল তান। তাৰাতাৰি কৰি তই পানী একঘটি আন। পানী ঘুটি লৈ বামুনে ঠেং দিলাক দাঙি দেউনা বেৰা পাৰ হওঁতে মঠাউৰী গেল ভাঙি। পিঠা গুৰি খাই বামুনে কৰে হৰি হৰি। তিনিদিন মান পাচত শুনু বামুন আছে মৰি।

তোমাৰ ঘৰত গুৰাৰ জলপান খুৱাই বামুন তুক মাৰিলা।

ওজা ডাইনাপালী ঃ শালি বামুনৰ এনাই খখ নাই হা ওজা।

      • *** ***

হাহিৰ টোপোলা- ৯৭ 1