পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বাইপেৰ পিণ্ড সানি তই থৌ ভাগ পাতি। ভাগ পাতা হল যদি হাতত তুলি লৌ পানীৰ যদি শুবিধা নাই বাহৰ তলত থৌ। পিণ্ড থৈ আহি মই চতালত দিলো থিয়া। গিৰাতেনী উঠি বোলে মাত নেদেনু কিয়া। মোৰ কথাত গীৰাতেনি কৰে হুৰা মুৰা৷ ঢেকীৰ পৰা খুন্দি আইনাক আধা খুণ্ডা গুৰা। দৈ গাখীৰ আঠিয়া কলে বামুনক দিলু পিঠাগুৰি। সোৱাদ পাই বামুনে পিঠাগুৰি খাই লুৰালুৰি। খাই লৈ উঠি বামুনৰ পেট টু হ’ল তান। হেৰ হেৰ যযমান তাই ভাল চাই ধাৰা এখন আন। হাহিৰ টোপোলা- ৯৬