পৃষ্ঠা:হাহিৰ টোপোলা.pdf/১০৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰাতিপুৱাই বামুন আহি চতালত দিলাক থিয়া বামুন আহি পালুৱে বৈহবা নেদা কিয়া।। মই দিলু ঢাৰা পাৰি বামুন বহিল ঢাৰাত। বামুনে বোলে যযমান আন দুৱা তুলসী পাত বৈভাৰ সময়ত বামুনে আলে থলাক মনা। দুই হাত তিন হাত কৰি বামনে নটা শিলাক দনা।। দনা পাটিলাক খালি পাতিলাক ঠগীৰ কৈৰলাক শাৰী। দেৰি কৰিবা নালগে তাতে পাট খান লৌ পাৰি।। লেঙটিটু টানকে বান্ধ T আঙুলিত কুহৰ গাঠি লৌ তুলশীৰ পানী গাত চিতে আগে শুদ্ধি হৌ।। নমঃ নমঃ কৰি বামনে মুখৰ ভিতৰত মন্ত্ৰ দিলাক মাতি। হাহিৰ টোপোলা- ৯৫