পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অঙ্ক। ১ম দৃষ্ণ - গাৱঁলায়৷ আলিবাট। ( মকৰাই হাতত তোৱালী এজনীৰ ফটো এখন লৈ বৰডেকাৰ সৈতে কথা পাতি আহিছে )। মকৰা—কি কৰিব্য বাঞ্চ, ভাগ্যৰ লিখন কোনে কাৰ খত্তাব! পঞ্জিকাত লিথা মতে এই মাতত সিংক বাশত মোৰ আছিল ‘সন্ধন ভয়'। কিন্তু, এইদৰে 'স্ত্ৰী গল্প' হল বুলি কেতিয়াও পাহৰিও ভবা নাক্কিলে, ভবা নাক্কিলে, শুনিছা সপোনতে দেখা নাই, বুজিছা, যোৰহাট নগৰৰ পৰা জন। বে নতুন ঘৈণ্টৰ চক্ৰবদন দেখিলে সাকৈয়ে কৈছো বান্ধ পোনেই তোমালৈ মনত পৰে। আচ তোমাৰ কালৈ ভাবি বৰ বেজ্ঞাৰ লাগে বৰডেক। – সেই বিষয়ে বেজাৰ কৰিবলগীয়া নো কি আছে? কি বৰ কথাটো! মই ভানে। প্ৰকৃততে বিৰা কৰাবলৈ বুলিবোৰহাট নগৰলৈ গৈছিলো? কেতিয়াও নহয়। মোৰ আচল উদ্দেশ্য আছিল লগেভাগে যোৰহাট চহৰখন চোৱাটোছে। লগতে বোলো হয় যদি ই।ে কথাও জ সংসাৰ বুলিলেই জয় পৰাজয় আছেই। ইয়াত দুখ যোৰ কৰিব লগা একে। নাই।