পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

। কৃ’প্ত! ডাঙৰীয়া, এই ছোৱালী এতিয়া আৰু তোমাৰ নহয় শুনিছা? এতিয়৷ ছোৱালী দিওঁ নিদিওঁ বুলিবলৈ তুমি কোন? তোমাক এতিয়। সোধে কোনে? সভ্যালি বিচাৰ যদি মনে মনে থাকা। ভবিষ্যতলৈ বৰ বিপদ অমঙ্গল হবলৈ আছে। ই জাতিদ্ৰোহ, ধৰ্ম্ম-দোহ, সমাজ-স্লোহ। সাৱধান! বিয়াৰ কাগা সকলে৷ সমাধা হৈ গল যেতিয়া আমি আৰু এতিয়৷ ইয়াত ৰৈ থাকিব নোৱাৰো। আহিলে॥ ( ছোৱালী লগত লৈ মকৰা আৰু সকলো বৰযাত্ৰীৰ প্ৰন্ধান; ছোৱালী ধৰা মানছে তোৱালী লাহে লাহে বুলাই নিৱ ধৰিছে। ভোলা- ৰাম, বৰডেক। আৰু ক্যাপক্ষীয় সকলে৷ মানহ বোৰ মনে বহি থাকিল )।

IN