পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাঁহ-বালি। বৰঙেকা—–(ভোলাৰামক দেখি ) ও শহুৰ! মোৰ শৰ দেউতা ঐ! মোক ৰক্ষা কৰক প্ৰভু। মোক ছোৱালী তোৱালী একো নালাগে দেউতা। পুলিছৰ এই মাৰ কিলব পৰা মাত্ৰ মোক ৰক্ষা কৰক ঈশ্বৰ। ( ভোলাৰামে কপালে মূৰেহাত দি বহে। এজন কৰাপক্ষীয় মান্নকে আছি পুলিংক কেইটামান টকা দি কাণে কাণে কিবা কথা কৈ বৰডেকাৰ মোকোলাই আনে। পুলিচৰ প্ৰধান )। htt A ভোলাৰাম –কে কুপুদেও সকল, অনুগ্ৰহ কৰি আচ্ছা দিয়ক মোৰ জোৱাকৈ মই আদৰি নিওঁ। (ত) কাৰ বুজিৰ পৰা নাই। মোৰ নিদিষ্ট জোৱাইক লুকাই ৰাখি 'ক'ৰপৰ৷ আনিচে ইহঁতে এই আধামৰাটো। বাপুদেউ সকল, বেয়া নাপাৰ, আপোনাসকলে আগবচাই অন৷ দৰাক মোৰ ছোৱালী নিদিওঁ। (বৰ ডেকাক দেখুৱাই) এই মোৰ নিৰ্দিষ্ট দৰাক হে মোৰ ছোৱালী অৰ্পণ কবিম। ইয়াত আপোনা সৰে বেয়া পালেও পাওক, বি ইচ্ছা হয় কৰক। (বৰডেকাৰ আগৰাই আনি বিবাহ মণ্ডপৰ কাষত বহুৱাব খোজে)। পুৰোহিত—বাঃ এইখন আকৌ কোন দেশৰ বীতে হে! কোন ধৰ্ম্মৰ মতছে যে এজনক বৰস্বৰূপে আদৰি আনি তৎক্ষণাতে আইন এজনলৈ মন যেলা? তন্থপৰি বিধিমতে কণ্ঠা সম্প্ৰদান হৈ গল বেতিয়া মনে মনে থাকা এতিয়া। এজনৰ কথা সম্প্ৰদান দি উঠি এইখন আকৌ প্ৰলাপ কি হে? এনেখন কাণ্ড 'ঙ দেখিছা বাফ, শুনি