পৃষ্ঠা:হাঁহি-ধেমালি.pdf/২৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

SE T YA হাঁহি-ধেমালি। Navi Me And পুলিচ—এইটো ৰশিয়া হয় পায় দেই। হেৰ' ৰ ঘৰ বৰডেঙ্কা— সৌ মামুহ ঘৰতে আজি মোৰ বিয়া। ভৰিত ধৰি কাবৌ কৰি মাতিছো, তে ধৰ্ম্মাৱচাৰ! মোক এৰি দিয়ক ডাঙৰীয়া। (নেস্তে বিয়াঘৰৰ পৰা এটি সুললিত গান গোৱণ শুনা গৈছে )। বৰডেকা -—(পুলিচৰ ভৰিত ধৰি) হে প্ৰভু! গোলামক লাঠি এটা মাৰি অনুগ্ৰহ কৰি এৰি হৈ যাওক। পুলিছ—এই৷ চুপ, ৰও অ্যাভ। মোক গানটো শুনিবলৈ দে। (পুলিঙে এক. মনে গান শুনিব ধৰিছে। বৰডেকাই ডিঙি মেলি মেল নকৰাৰ পিনে চায়। মানুহে বেৰি ধৰাত ভালকৈ দেখা পোৱা নাই )। বৰডেকা – ( গানৰ অত ) ও বন্ধি, বান্ধ ! মোৰ লাজ-কাজ সকলো গল ঐ, বান্ধ। কোন কেনি আছ মোক ৰক্ষা কৰ ভৈয়াই ঐ!! (কালে)। এজন কন্যাপক্ষীয় যাত্ৰী—বাটুত সেয়া চিঞৰে কোনে। সেয়া চোন আমাৰ কোনোবা পৰিচিত মানুষ যেন লাগিছে এ। তিনি পাওঁ চিনি পাঠ যেন লাগিছে (কেবাজন কঙ্কা- পক্ষীয় যাত্ৰীয়ে আহি আহি বৰডেকাক চাই গৈ ভোলাৰামৰ কাপে কালে কিবা-কিবি কয়গৈ। ভোলাৰামে বিয়া মণ্ডপৰ কাবৰ পৰা উঠি আহি বৰডেকাৰ পিনে একান্ত মনে চাই