পৃষ্ঠা:হাঁহি-ধেমালি.pdf/১৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

> হাঁহি-ফোলি। ANN www.Not an o যাত্ৰীসফল—কেতিয়াও নকৰো। তোম!ক খালত পেলা? আমি ৰং চাব নোখোঁজো দেওহে। কোৱা কোৱা হোমাৰ মতটোকে শুনি চাঙনে বাৰু। তাতে যাত্ৰী (ক) – শুনক তেনে – আমাৰ এই মকৰা ৰোপ যে আছে এগুৰ গাৰ গঠন, মুখৰ আকৃতি প্ৰকৃতি বৰডোৰ সৈতে কিছুৰ মিলে। মাথোন উ অলপ খীণ ল! ভাত খাওঁতে খাওঁতে দিন যাব ধৰিছে দেহি! উজান বয়সৰ লৰা যেতিয়া কপাষাৰ বেছ জুাট লাগি পৰিব। দৰা সাজটো হয়েই পিন্ধকছোন। শহুৰেকৰ ঘৰে বৰডেকাক্ব, দৰ। চাও আহিছিল আজি প্ৰায় বছেৰেক হৈ গল। এভিয়! সোধে যদি আমাৰ কব লাগে টান নৰিয়াত পৰি তোমাৰ জোনায়েৰৰ এ অৱস্থা। আৰু এনেকৈ চাবলৈ গলে বৰডেকানে৷ আনাৰ কিহৰ কি। তাতে আকৌ ভোদা- ৰামৰ যিহে গছত গক উঠা কথা। পুলিছে পুলিছে ধৰিছে যদি ধৰক দিয়া। ভালেই হল। কবলৈ আমাৰ বাট ওলাল। - যাত্ৰী (গ) — তোমাৰ বুদ্ধিৰ চুঙাটো মই হলে বেছ টনকীয়াল দেখিছো। মই কবলৈ হলে অৰ্থাৎ মোৰ ব্যক্তি- . গত মত “ভাস্ক" অৰ্থাৎ সেয়ে হওক। পুৰোহিত - তান্ন ভৰা"!! WANTHAKU OLI 451 45% CHE