পৃষ্ঠা:হাঁহি-ধেমালি.pdf/১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰডেকা ( ধেমেলয়৷ নাটক )। চাবুৰীয়াসকল। বৰডো—এন গাঁৱলীয়া অহাৰী অথ, ডোলা মানুষ। মকৰা—সৰডেকাৰ বিশ্বাসঘাতক বন্ধু! ভোলাৰাম, পুৰোঞ্ছিত, বৰযাত্ৰী, কন্যাযাত্ৰী আদি। প্ৰথম 'অঙ্ক। প্ৰথম দৃশ্ব –এঘৰ গাৱঁলায়৷ মানুহ। পুৰোহিত—মই, তুমি আৰু তেওঁ-মুখেই তিনি সিদ্ধ : এয়ে: হলোইক বিয়াৰ সবসমষ্টি যাত্ৰী। মানুহে জানো। নিচেই উপ্লুঙ। কৰে? মকৰা–উ আই! কয় নো কি! বৰযাত্ৰী চোন আমাৰ, আছে কো গৰাকীও। চাৰিকুৰি কম এশ অনব কুম্ভ নবব। গৃহ এই ফেৰা কথাৰ যদি আপোনাৰ গাত খেবৰ নাই আপুনি পুৰোহিতজন হৈছে কিহৰ হেঁ? এনেকুৱা পুৰোহিতক বৰখাস্ত কৰিলে এখ!? পুৰোহিত—এঃ, নহয় মকৰা মানুহ আহিব বুলিতেঙ্গ যুৰো জানো। পাছে এতিয়া সাৰেবা কেতিয়