পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হঙ্গবত আলী মোৰতজা। ( আল্লাৰ বিজয়ী সিংক ), 'খাহে মশৰ।' (নবপতি), 'ইম'মুল মোত্তাকিন্ত ( সাধুসকলৰ নেতা) ইত্যাদি। হজৰত আনীৰ চাৰি বছৰ বয়সত আনব দেশত ভয়ানক আকাল (1) 1 তেওঁলোকৰ পৰিয়ালটো বৰ 'কাল। ভাঙ্গৰ লৰা-ছোৱালী বহুঙ, খৰচ বৰ বেচি। তাতে ব্ৰহ্ম আকাল আহি পৰাত, আধুতালেব বৰ বিপদত পৰিল, দুবেলা দুমুঠি পেটভৰি খাবলৈকে টান পৰিল। ইয়াকে দেখি, বদ্বুল কৰিমৰ (R:) কোনল হিৰা বান্দি উঠিন। সেই কাদত বনি হাশ্বিম বংশৰ মাজত হজৰত আব্বাছেই সকলেতকৈ ধনী আছিল। হজৰত ৰচুল-কৰিমে (দ:) তেওঁৰ ওচৰ।ৈ গৈ ব’লৈ, “চাচালান! ভাত বিলাই দেখি মোৰ বুকু চছিবা হৈ গৈছে। মই মনত ভাবিছে। আবা। দিন কেইটা আলীক মই পোহ পাল দিম আৰু আপুনি তেওঁৰ ভায়েক জা'ফৰক পোহ পাল দিবক।" হত আব্বাছে এই প্ৰস্তাবও সম্মত হ’লত, উৎফৰ আব্বাছন লগলৈ গ'ল আৰু আণী ৰছুল কৰিনৰ (72) আলী ৭ বছৰীয়া। তেতিয়া হজৰত বহুল বৰিমে (দঃ) আণীক নিজৰ লগত যাখি, মেহ দিন ধৰি তেওঁক সকলো লাগতিযাল বিষয়ত শিক্ষা দি নিজৰ ঠাচত গঢ়িবলৈ ধৰিলে। উপযুক্ত ওজাৰ হাতত পৰি মহাত্মা আণী অংশ দিনৰ ভিতৰতে শাস্ত্ৰ শস্ত্ৰ সকাল৷ বিষ্যতে ভালকৈ পৈণত হৈ পৰিল। (1) (2ষ্কাৰে শিখা হলবত মোহম্মদষ' ৩৭, পিঠি চাষ।