পৃষ্ঠা:হজৰত আলী মোৰতজা.pdf/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

মিচিৰত মহ| বিপ্লব। ভাবিয়াই কেৱল ধামেস্ক লৈয়ে সন্তুষ্ট হব নোৱাৰিলে। তেওঁৰ ৰাজ্য বিস্তাৰৰ ধাউতি দিনক দিনে দোপতলোপে চৰি গ'ল। তেওঁ দিনে নাস্তি কেনেকৈ হজৰত আলীক ধ্বংস কৰি গোটেই সাম্ৰাজ্যৰ অধিপতি হব, তাৰ উপায় বিচাৰিবলৈ ধৰিলে। এই সময়ত নিবীহ ছাইদবেন্-কায়েছ মিচিৰ শাবনকৰ্ত্তা আছিল। নাবিৰাই সকলো ঠাইত প্ৰচাৰ কৰি দিলে যে, ছাইদ তেওঁৰ এছন প্ৰধান বন্ধু। সেই বাবেই হুজনত আশীৰ লগত ঈমান বিবাদ হোৱাতো, ছাইদ তেওঁৰ কেতিয়াও বিপক্ষতাচদশ কৰা নাই আৰু এই নৰ্ম্মে ছাইদৰ নাম জাল কৰি এখন চিঠি লিপিশে যে, নাবিয়ালৈ তেওঁৰ শ্ৰদ্ধ। আৰু বৰ বন্ধুতা প্ৰকাৰ নিমিত্তেই, হজৰত উছ নানৰ হত্যাৰ প্ৰতিশোধ-প্ৰাৰ্থী দলক আক্ৰমণ নকৰিলে আৰু কৌশল কৰি সেই জাগচিঠি খন দিচিবী দুহৰ হাতত দি পালেঙ্কলৈ পঠিয়াই বাটতে হজৰত আলীৰ হাতত ধৰা পেলোৱালে। ধৰ্ম্মৰ্ভীক, উদাৰচিত্ত, পোনপটীয় হজৰত অলীয়ে শত্ৰুৰ টেঙ্গবালি বুজিব নোৱাৰিলে। তেওঁ বুজিলে যে, সচাকৈৰে চাইব্দে মাবিয়াৰ ফলীয়া হৈছে। ভাবী বিসদ আশঙ্কা কবি তেওঁৰ ঠইন্ড নোহাম্মণ-বেন্-আবুবকৰক পঠিয়াই, তেওঁ 'ত'ব পৰ| অনালে। মোহম্মদে মিচিবব শাসনভাৰ বৈৰ, মুখাল মুখান মানুহবিলাকক অভাবতে সন্দেহ কবি ভাৰপৰা খেদাবলৈ ধৰিলে। নেই কাৰণে অতি সোনকালে নিচিৰ ৰাজ্যত ঘৰুৱা-বিবাদে ভুমুকি দিবে। এনে অৱস্থ। দেখি হুজৰত আলীয়ে আকৌ মালিক আলেস্তাৰক হিচিবৰ আলোবৰ প্ৰাণ। শসনকৰ্ত্তা পাতি পঠিচাপে। মাবিয়াই এই বাতৰি পাই, জানব আৰু মিচিত্ৰৰ সীমাৰ এজন মানুহৰ ঘৰত মালিক মেদ-- বন্-বুক আ মালাৰ স পঠাতা।