পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৫৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৮
সৎসম্প্ৰদায় কথা।

মাৰি পাটেশ্বৰী পাতিলে। পাচে নিৰঞ্জন ডেকাও শাশুআকত বাদ পৰি আপুনি শিশ্ন কাটি মৰিল। এইৰূপে দামোদৰ গুৰুক বৈৰ ভাব কৰি মাধৱ দাস সবংশে নিৰ্য্যাণ ভৈল। হেনয় দামোদৰ গুৰুক প্ৰণাম কৰি হৰিবোল হৰি।

মহামহিমসন্মৌলিং বলে দামোদৰ গুৰুং।
যস্মিন্নৈবানুবন্ধেন বিপন্নো মাধৱো গতঃ॥
শ্ৰীশঙ্কৰে গতে পশ্চাৎ দামোদৰজিগীষয়া।
অসন্মাৰ্গমুপাশ্ৰিত্য সবংশো মাধবো হতঃ॥
ইতি সৎসম্প্ৰদায়কথায়াং মাধৱনিৰ্য্যাণো নাম
 দশমোহধ্যায়ঃ।