পৃষ্ঠা:সৎসম্প্ৰদায় কথা.djvu/৪৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪১
নবম অধ্যায়।

পটলদি সবাকে শ্ৰীচৈতন্যৰ আজ্ঞা বলে বাৰ মহন্ত পাতি কাম, সৌমাৰ দুয়ো পীঠত ভক্তি প্ৰৱৰ্ত্তাইলা। হেনয় কৃপালু দেৱ দামোদৰক প্ৰণামি হৰি বোল হৰি।

যো ভক্তিমাতনোৎসদ্ভিৰ্দ্বাদশৈঃ কৃপয়া নৃণাম্।
তং বন্দে নিত্যমানন্দদায়কং পৰমং গুৰুম্॥
 ইতি সৎসম্প্ৰদায়কথায়াং
 ভক্তি প্ৰকাশো নাম
 নৱমোহধ্যায়ঃ।