এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
প্রথম ভাগ।
স্বৰবৰ্ণ
অ আ ই ঈ
অ—অসম দেশ মোৰ জনম ঠাই
আ—আহোম ৰজাৰ সমান নাই ।
ই—ইটাগড় কছাৰীৰ নগৰ
ঈ—ঈশান কোণত ঘুগুৰা গড়
⸻
উ ঊ ঋ ৯
উ—উমাপতিৰ কৈলাসগিৰি
ঊ—ঊষাৰ নগৰ শোণিতপুৰী
ঋ—ঋষি মুনি সাধু জন
৯—৯ কাৰ যেন দেহাৰ গঠন