য় ৎ ং ঃ ঁ য়—সময় থাকোঁতে নাম লয় ৎ—সৎলোকৰ মনত নাই ভয় ং—ইংৰাজ আছিল বিদেশী ৰজা ঃ—দুঃখ দি আমাক পালে মজা ঁ—হাঁহ মাৰি ভাত খাই গল বিলাত দেশলৈ গুচি গল
⸻