পৃষ্ঠা:স্বাধীন অসমৰ অ আ ক খ.pdf/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
[ ৬ ]

    
য—যঁতৰত সূতা কাটে ছোৱালী
ৰ—ৰং​পুৰত ঘৰ তলাতলি
ল—লৰাই ফুৰে হাবিৰ মাজত
ৱ—বনমালীদেৱে পঢ়ে ভাগ
শ—শৰণ লই গুৰুৰ আগত
 থাপনাত সেৱা কৰে ভকত

   ড় ঢ়
ষ—ষাড় দেখি ভয়ত লৰে
স—সাপৰ লগত খেল কৰে
হ—হাতী ধৰে খেদাৰ গড়ত
ড়—গঁড় দেখিলে গৈ গোলাঘাটত
ঢ়—বাঢ়নি লৈ চোঁতাল সাৰে
 আইয়ে ছৱালীক আদৰ কৰে