পৃষ্ঠা:স্বপ্ন চৰিত.djvu/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৪ )


 অকলৈ হৰিণাই টনা ৰথত, উঁট বা মহত উঠা সপোন দেখে তেন্তে তেওঁ নিশ্চয় মৰে।

শুচিঞ্চ ব্ৰাহ্মণ দৃ্ট্বা। দেবতাম্বা বিশেষতঃ
ব্যবহাৰে জয়স্তস্য ধনম্বা বিপুলং ভবেৎ॥

 শুদ্ধ ব্ৰাহ্মণ আৰু দেৱতা দেখিলে বিবাদত তেওঁৰ জয় হব বা বহুত ধন পায়।

যস্তু শ্বেতেন সৰ্পো দংশতে দক্ষিণেভুজে।
অৰ্থলাভো ভবেত্তস্য সম্পূৰ্ণে দশমে দিনে॥

 স্বপ্নত যাৰ হাতত বগা সাপে খোটে দহ দিনৰ মূৰত তেওঁৰ অৰ্থ লাভ হয়।

কৰেণ কৃত্বা হস্তী যং মস্তকে স্থাপয়েদযদি।
ৰাজ্য লাভো ভবেত্তস্য নিশ্চিতঞ্চ শ্ৰুতৌশ্ৰুতং।

 হাতীয়ে যাক শুৰেৰ মুৰত তোলে, তাৰ নিশ্চয় ৰাজ্য লাভ বা উন্নতি হয়।

বায্যং নৰ্ত্তন গীতঞ্চ গায়নং ৰক্ত বাসসং।
মৃদঙ্গ বাদনঞ্চৈব দৃষ্টা দুঃখং লন্ধ্ৰেবম্‌।

 বাদ্য বজোৱা, নচা, গানগোৱা, আৰু মৃদঙ্গ বজোৱা, অৰু ৰাঙ্গা কাপোৰ দেখিলে দুখ পায়।