পৃষ্ঠা:স্বপ্ন চৰিত.djvu/১৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৩ )


স্বপ্নেচ ব্ৰাহ্মণী দেবী ব্ৰাহ্মণো দেব কন্যকা।
ফলন্দদাতিযস্মৈচ তস্য পুত্ৰো ভবিষ্যতি।৷

স্বপ্নত ব্ৰাহ্মণী বা ব্ৰাহ্মণে দেবপত্নী বা দেবতাৰ কন্যাই যাক ফল দিয়ে, তেওৰ পুত্ৰ লাভ হয়।

অকস্মাদ্বাদি স্বপ্নেতু লভতে সুৰতীং সতীং।
ভূমি লাভো ভবেত্তস্য ভাৰ্য্যা বাপি পতিব্ৰতা।৷

স্বপ্নত কদাচিৎ দনি কাম ধেনু গাই লাভ হয়, তেনে- হলে তেওঁ ভূমি বা সুন্দৰী পতিব্ৰতা কন্যা পাব।

মহিষ ভল্লুকা উষ্ট্ৰঃ শুকৰা গৰ্দ্দভাস্তথা।
ৰুক্টা ধাবন্তি যং স্বপ্নেস ৰোগা নাত্ৰ সংশয়।৷

স্বপ্নত ম'হ, ভালুক, উট, গাহৰি, গাধ, এই বিলাকে মাৰিবলৈ খেদি যোৱা দেখিলে তেওঁৰ গাত ৰোগ হয়।

বিৰোধিনশ্ব কাকাশ্চ কুক্কুৰা ভল্লুকাস্তথা।
পতন্ত্যা গত্য যগ্দাত্ৰে তস্য মৃত্যুন্নসংশয়ং।৷

হিংস্ৰ পশু, পক্ষী, কাউঁৰী, কুকুৰ, আৰু ভালুক আহি গাত পৰা দেখিলে তেওঁৰ নিশ্চয় মৰণ হব লাগে

পাশেন বন্ধনং কৃত্বা যং গৃহীত্বা প্ৰযাতিচ।
ষম দূতাশ্য বা ম্লেচ্ছাস্তস্য মৃত্যুৰ্ব্বিনিশ্চিতং।