পৃষ্ঠা:সৌপ্তিক পৰ্ব্ব.djvu/৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬
সৌপ্তিক পৰ্ব্ব।

মোৰ পদ বুলি   হেলা নকৰিবা
  শাস্ত্ৰক বিচাৰি চাবা।
এৰি আন কাম   বোলা ৰাম ৰাম
  অন্তে বৈকুণ্ঠক পাবা॥

ইতি মহাভাৰত সৌপ্তিক পৰ্ব্বৰ অন্তৰ্গত সৌপ্তিক পৰ্ব্ব

সম্পূৰ্ণ।