আশা বৰষুণ জাক কেনি গুচি গ’ল কিছু সময়ৰ বাবে ফুল-চৰাইৰ সতে নিৰ্বাক ৰং-ধেমালি শুনিছোঁ ক’ৰবাত চিনাকি নৈৰ উজান বুকুৰ ভিতৰেদি বসন্ত তৰঙ্গ.......