পৃষ্ঠা:সীতা-হৰণ কাব্য.djvu/১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সীতাহৰণ-কাব্য


ভোজন সুমিষ্ট চাও নাহি উপাৰ্জ্জন।

লাভ চাওঁ বহু, কিন্তু নাই মূলধন॥
নাহি বল বোলাইবে চাহোঁ মহাবীৰ।

থৰ ধৰি হিয়া মুখে বচন গম্ভীৰ॥


৺ভোলানাথ দাস প্ৰণীত


লয়াৰ্ছ বুক ষ্টল
গুৱাহাটী: অসম