(৭৭)
দুজনে লৱৰি, সূক্ষ্ম দেহা ধৰি, পশিলোঁ নগৰী, একেটি চুবুৰি; ভিন্ন মাতৃ-জঠৰত হলোঁ অধিষ্ঠিত। মৃতৰ পুনৰুত্থান এয়ে পৃথিবীত!