পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
সাহিত্য


সাক্ষাতে আদিত্য  উদয় ভৈলেয়ো
 বাহিৰ মাত্ৰ প্ৰসন্ন।
ঘট-পট-জ্ঞান  ওপজে কেৱলে
 নুহিকে প্ৰকাশ মন॥

সন্ত-সূৰ্য্য যাৰ  ভৈলন্ত প্ৰকাশ
 কি কৈবো ভাগ্য তাহাৰ।
সগুণ-নিৰ্গুণ  ভকতি প্ৰকাশে
 প্ৰকাশে চক্ষু অপাৰ॥