পৃষ্ঠা:সাহিত্য সপ্তম ভাগ.djvu/১৬৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৮
সাহিত্য


 ১৪৮ পৃঃ জুলীয়চ চীজাৰ•••এওঁ ৰোমসেনাপতি। এওঁৰ বাহুবলতে ৰোমৰাজ্য বিস্তাৰ হৈছিল। খ্ৰীষ্ট পূৰ্ব্ব ৫৫ বছৰ আগত এওঁ বৃটন দ্বীপো জয় কৰিছিল।

 ১৫১ পৃঃ সমাহাৰ•••(সম—আ—হৃ + ঘঞ্‌) সংগ্ৰহ, সমূহ।

 ১৫১ পৃঃ মঞ্চ•••বেদী, টং, ওখ চাং।

⸻⸻