চাপমান যন্ত্ৰ
পৃথিবীৰ চাৰিওফালে আকাশৰ কিছু ওপৰলৈ বায়ু আছে। বায়ু এবিধ পদাৰ্থ, ইয়াৰো ভৰ আছে; এই কাৰণে পৃথিবী বা ইয়াত থকা সকলো বস্তুতে বায়ুৰ চাপ বা হেঁচা পৰি আছে।