পৃষ্ঠা:সাহিত্য পাঠ (1).pdf/৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাহিত্য পাঠ চতুৰ্থ ভাগ ঈশ্বৰ (১) হে ঈশ্বৰ, তুমি হোৱ৷ জীৱন-পোহৰ, দেখোঁমানে আচৰিত বস্তু জগতৰ, নিশাৰ জোনাকী হাঁহি, দিনৰ পোহৰ, তোমাৰ জেউতি মাথোঁ, চিন গৌৰৱৰ জিলিকে জেউতি তযু যেই পিনে চাওঁ, সুন্দৰ তোমাৰ সৃষ্টি মাথোঁ, দেখা পাওঁ।