পৃষ্ঠা:সাহিত্য-সংগ্ৰহ বোধিনী.pdf/৮৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি। আছে, তেন্তে তাকে চোবাই আধা-পেটি ভাতৰ ভোক-গুচাবৰ মনেৰে। তলত দিয়া যেই সেই বিষয়ৰ ৩০ শাৰী মানৰ এখন ৰচন। লিখা— (ক) কুঁহিয়াৰ খেতি (খ) অসমৰ কুটীৰ শিল্প (গ) সাহিত্যৰথী লক্ষ্মীনাথ বেজ বৰুৱা (ঘ) বানপানী (ঙ) ছাত্ৰৰ কৰ্ত্তৱ্য। (এইবিলাক বিষয়ৰ বৰ্ণনা য’তে ত’তে পাব; কেবল বিষয়টো ঠিকমতে ভাগ কৰি লিখিব লাগে ) ৭। (ক) পদ কাক বোলে, কি কি? প্ৰত্যেক বিধৰ একোটা উদাহৰণ দিয়া। -নাইবা—প্ৰত্যয় কাক বোলে, কেই বিধ? প্ৰত্যেক বিধৰ একোটা উদাহৰণ দি দেখুৱা।— ধাতু আৰু প্ৰাতিপদিকৰ পিছত যিবোৰ বৰ্ণ আৰু বৰ্ণসমষ্টি যোগ হয়, সেইবোৰকে প্ৰত্যয় বোলে। ই চাৰি বিধঃ—(১) বিভক্তি (শব্দ বিভক্তি আৰু ধাতু বিভক্তি)—মানুহ+এ=মানুহে, কৰ, +ইছোঁ= (২) কৃৎ— +ই=কৰি। (৩) তদ্ধিত— খেতি + অক = খেতিয়ক। (৪) স্ত্ৰী প্ৰত্যয় — হৰিণ + ঈ =হৰিণী। কৰিছোঁ - (খ) যেই সেই ৬টাৰ পিৰীত লিঙ্গ দিয়া ঘোঁৰাটো, শিক্ষক, চুকণী, ৰান্ধণি, মাহী, দমবা, বন্দী। — ঘোৰাজনী, শিক্ষয়িত্ৰী, চোৰ, ৰান্ধনি, মহা, কালী, বেটী। (গ) যেই সেই ৪ টাৰ বিশেষ্যক বিশেষণলৈ মাক বিশেষণক বিশেষ্যলৈ নিয়া—ভাত, দুই, মাহিলি, থং, ঘৰচীয়া, ভদ্ৰ, দয়া। ভতুৱা, দুষ্টালি, মাহ, খঙাল, ঘৰ, ভদ্ৰতা, দয়ালু। (ঘ) ব্যাস বাক্যেৰে সৈতে সমাসৰ নাম লিখা (যেই সেই ৩ টাৰ)— বঙা-কুল, তামোল-পাণ, অনুচিত, দশানন, আজীৱন, হাতে-সজ্জা। 8 ৮। (ক) সন্ধি ভাঙা শাৰু কৰা (যি কোনো ৫ টাৰ)- দেব+আলয়, সৎ+জন, চে+ন, বৰঃ + অধিক, মহেশ্বৰ, উন্নতি, পাৱক। e