পৃষ্ঠা:সাহিত্য-মুক্তাৱলী.djvu/১২৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৫
ৰাজা ৰামমোহন ৰায়।


 তেওঁৰ দৰে দৰিদ্ৰৰ বন্ধু, দেশৰ বন্ধু, লোকহিতকৰ-ব্ৰতধাৰী উদাৰ-চৰিত্ৰ মহাপ্ৰাণ মহাপুৰুষ আৰু কেইজন আছে?

শ্ৰীবসন্তকুমাৰ বৰুৱা।

টীকা

অজস্ৰ(ন-জস্ = ঢুকা+ৰ) নুঢুকুৱা, অবিৰাম, সৰহ।
উপলব্ধি (উপ-লভ্+ক্তি) অনুভব, অনুভূতি।
প্ৰসাৰিত-(প্ৰ= সম্যকৰূপে+নিজন্ত সৃ গতি কৰা+ক্ত) বিস্তৃত।

প্ৰশ্ন।

১। ৰামমোহন ৰায়ে কি কি বিষয়ৰ সংস্কাৰ সাধন কৰিছিল?
২। সতীদাহ কি? কেতিয়া আৰু কেনেকৈ তাৰ অন্ত পৰিল?
৩। বাক্য ৰচনা কৰা:-প্ৰতিভা, দৈবশক্তিসম্পন্ন, নিৰ্য্য়াতন, অপূৰ্ব্ব,
সমাবেশ, আয়ত্ত, পাণ্ডিত্য, সংকীৰ্ণতা, নৈষ্ঠিক আৰু জ্ঞান-গৰিমা।
৪। ৰামমোহনৰ লিখাপঢ়াত কেনে ধাউতি আছিল? তেওঁ কি কি ভাষা
শিকিছিল?