পৃষ্ঠা:সাধনী.pdf/৫৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

শাধনী। কনচেং স্বৰ্গদেৱ । নমে তুলনা সঁচা স্বৰ্গৰ জেউতি সতে মর্ত-পােৰ । মানিব লাগিব কিন্তু সত্য বুলি ওঁৰ পােহৰে মাৰ্গে হিলিকায় নৰ। চুইং যুক্তিসিদ্ধ কথা। কিন্তু পুনু চোৱা ভাবি, কিবা ফল দিলে সয়ম্বৰে চুটীয়াৰ ৰাজৰীতি উলাই দেখো, বৰমাল সমর্পণ সাধাৰণ ছুটীয়া লৰাত। ৰাজখােৱা।-জাগাৰ ৰূলত সম্ভৱ সকলাে হয়। কনচেং হব পাৰে সিটো সামান্য ছুটাঙ্গা , পলি যি বৰমালা ৰাজ-দুহিতাৰ । কিন্তু সেই লভি তাৰ সামান্য নহয়, শক্তিছে যি অসামান্য পণ লাভ কৰি। নানিব পাৰে। আমি কিযে গুণা হব পাৰে সেই নৰ, সামান্য ঘৰৰ। মহলে সম্ভৱ নোহে ইতৰৰ পক্ষে ইনে বিকাশ দিয়া ও প্রতিকাৰ। ভাগ্যবল কথা মাখো দুর্বলৰ বাণ; নাই তাত লেশমাত্র সাৰ। নাই যাৰ মনোবল ভাগ্য তাৰ নােৱাৰে লখি