পৃষ্ঠা:সাধনী.pdf/৪৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। ১ম, প্রাদেখি দর্শকগণ, লতে। এই পণ। (আগ বাঢ়ি গৈ কাড় মাৰে; আৰু বিফল হৈ বিষ মনেৰে ঘুৰি আসন লয়গৈ।) সভাসদ।—আচৰিত ! এই হেন সিদ্ধহস্ত বীৰে চকুৰ আগতে থকা ক্ষুদ্র প্রাণী এট। নােৱাৰি পেলাব শালি ললেহি আসন ! মন্ত্রী।—আহঁ আৰু আছ কোন ; রুত্বী হই লভ কীৰ্ত্তি, লাহি ৰতন, ৰূপে-গুণে অতুলনা সাধনী সুন্দৰী ঐশ্বৰ্য্য-বিভূতি, অৰু ৰজাৰ গৌৰৱ আছে যৌতকত। ২য়, প্রার্থ-উঠিছে। ইবাৰ মই, দেখে? বাৰু কিনো ইটো আহিছে আম। কত শত ক্ষুদ্র লক্ষ্য শালিছে। শৰেৰে ; আকাশে দি উৰিযোৱা টিপচী এটিও এৰাব নােৱাৰে মােৰ অব্যর্থ সন্ধান। —ইনাে কিবা ছাৰ। ৷ এজন সসদ ।পাৰিলে পাৰিব পাৰে। সামান্য নহয় এও চিকাৰী পুৰুষ। কইছে স্বৰূপ দেখিলে। সিদিনা মই আপােন চকুৰে নিলগতে নাচি থক।