পৃষ্ঠা:সাধনী.pdf/৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। ধৰ্ম্ম শুনিছা সবারে। শুনি যি মন্ত্রী-মুখে আসাৰ পা, স্বৰূপ মানিব তাকে। সভা-সমুখত কৰিছো স্বীকাৰ আমি। মন্ত্রী। উঠা একে জনে জনে পণ-প্রার্থীগণ ! লই নিজ দাশ। চাপাহি ওচৰ। নতু, ধেয়ে ইচ্ছা কবে, ৰাজদও ক্ষু-শৰ কৰিব গ্রহণ। আৰু এটি কথা ৰাখি মনত সৱ, একেপাট শৰে নিপাতিব পৰা যাতে পণস্থিত প্রাণী ; দুনাই নাপাৰা বাৰ পণ লাভলই। ১ম, প্রার্থী বুজিছে বিশেষ পশু-প্রস্তাবৰ কথা । জামে। মই আঁতি-গুৰি সকলো কথা। কিন্তু এটা কথা, সিদ্ধি যদি কৰা লাভ, সাধনীৰ পাণি মই নকৰে৷ গ্রহণ; সম্বন্ধ অনী মােৰ সাধনী সুন্দরী। মন্ত্রী কিবা অর্থে উঠা তেন্তে তুমি? ১ম, আছে অর্থ। লভে যদি পণ মই, লভিব বন্ধুৱে মােৰ, সাধণী ৰতন। আহােম ৰাজন তেওঁ বান্ধৱ বৰ। মন্ত্রী নৰে৷ আপত্তি।