পৃষ্ঠা:সাধনী.pdf/৪২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

— — — — — --- - - = = == = -- --- - সাধনী। নালীঃ।।—সিবাৰ লক্ষ্মণ হৈছিলি; এইবাৰ ৰাধৰ ভাও দিব লাগিব। কিন্তু সেইজোৰ ধেনু-কঁড়ে নহব, তোৰ চৰাইম বেকড়জোৰ লৈ আহিবি। একেপাট কঁড়েৰ কেৰ্কেটুৱা এটা শালি মাটিত পেলাব পাৰিবি জানাে? নিতাই।—ঔ আই, কিনাে কর ককাই! সয়ম্বৰত আৰু কৰ কেৰ্কেটুৱা ওলাব কঁড়িয়াই শালিবলৈ ? নালীয়া বাৰু ওলাব এটা, মই কোৱাৰে তই সাজু হৈ আহিবি চেনি। কেকে টুৰা ওলায় যদি নােৱাৰিবি জানাে শালিব ? নিতাই।-কিয় ! কি বৰ কথাটো। সিদিনা আমাৰ বাৰীৰ কুমলীয়া তামোল সৰুৱাই থাকোতে এটা কেকে টুৱ। একেপাট কঁড়েৰে সৰকাই মাটিত পেলালো নহয়। নালীয়া ভাল কথা। তাই ঠিক পাৰিবি বুলি মােৰ মনে ধৰিছে। বাৰু, শালিব পাৰ যণি ৰজাৰ দৌলত পাবি, জানি। নিতাই।-বাৰু ককাই, বাৰু। মই যাওঁ এতিয়া নেই। গৰু কেইটা | কাৰবাৰ ধাননিত উঠিবগৈ। (প্রকাশ। ইয়া—যাওঁ ময়য়। সাধনী-পয়শ্বৰ-ভাওনাখন পত’ৰ লগে ভালকৈ। উঃ ৰজাৰ কাণ্ডথন দেখিহে মৰে!! (স্থান)