পৃষ্ঠা:সাধনী.pdf/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। = =

=

= --


-- = = = = = == সূৰ্যৰ মুখত কিন্তু কোনে শশাপা দিয়ে! বাটে-বাটে ঘৰে-পৰে ইয়াৰে হে কথা । সাধনী।- নুবুজিলা ভাব মােৰ ? দায় নাই উলিয়ালে; কিন্তু শুনা সখী, নাজানে। কিহেতু হয়, লগা নাই ভাল সয়ম্বৰ কথা । শান্তিত বিধিনি যেন বাজিছে প্রাণ। শান্তি। তাতে হে কইছে। সখি! ধৰ্ম্ম-গীত শুনিবৰ নহয় সময়, পূর্ণ-যৌৱনত। যৌৱনত উজুমন চলে যেনি-তেনি। সাধনী। ঢল যেনি-তেনি! শান্তি । ঢলিব ফালত, ঢলিবৰ সুসময় আহিব যেতিয়া । এৰে। এবে এই সৰ সাংসাৰিক কথা; বল। সখা খুৰোগই ফুল-উদ্যানত। সাধনী। যােৱ। সখী, ভাবিছো নষও আজি। শান্তি। লগৰ সখীটি, এৰিম অকলে কিয় ? {হাতত ধৰি টানি নিয়ে।