পৃষ্ঠা:সাধনী.pdf/৩৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। সাধনী। সুবুজিলা সখী ঘঁয় ! ভৰ-সংসাৰত আছে যদি তৰিকৰ যথার্থ যুগুতি, জানিবা নিশ্চয় হে, ধৰ্ম্ম হে প্রধান বল সেই সমাজত, সহায়-সাৰথিহীন দুখী কৰিবৰ। আৰু জান? সখি! নবহে যদ্যপি মন ঈশ্বৰ-প্রেমত, মিছ। তাৰ প্ৰেমৰাগ নশ্বৰ দেহ। শান্তি। নালাগে বুজাব বাৰু। সানী - কিয় কোৱা এনে । শান্তি -- দেখি গতি সংসাৰৰ । দেখিম তােমাতে ; নাই আৰু বহুদিন; সয়ম্বৰ পাৰ হলে, যদি বাঁচি থার্কে, বিজমি তেতিয়া । সাধনী। সয় ! মুলিয়াবা সখী সেই কথা। শুনিবৰে পৰা মােৰ সয়ম্বৰ-কথা, উল-খুগুল মন, নাই শান্তি লেশ ; ভােগ-তৃঞ্চা, মায়া-মোহ, বিষয়-বাসনা, অকালতু মাৰ ধায় যেন। মাৰ যায় আৰু মােৰ আশা বাহা সুখ কল্পনাৰ । শাস্তি নুলিয়া, দায় যদি ওলালে ইমুখে ।