পৃষ্ঠা:সাধনী.pdf/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। -- = = = - ~- - . - দেখি বিশি-ৰিণি। সাধনীৰ ঘােগ্য পাত্র মিলিব ইবাৰ ধৰিছে মনত মােৰ। সীতা, দময়ন্তী আৰু দ্রৌপদী সতীয়ে লভিলে যিমতে স্বামী ভাগ্য অনুসৰি, হয় যেন সেইমতে সাধনীৰৰ মােৰ ভাগৱন্ত স্বামীলাভ বিধিৰ বিধানে। মানুহ কাৰণ মাৰ্থে ; কৰে ঈশ্বৰ। ফলিয়াই যেন,-“ঈশ্বৰে যি কৰে, ভার মানুহ কাৰণে।” (মােন) পাওঁ যদি ভাগা-বলে ভাগ্যধৰ কোনো জন এই ৰাজ্যতেই ; পুৰুষ ৰতন ৰূপে মানি সিজনক, মহােল্লাসে সমর্পিম সাধনী ৰক্তন। গুণে-জ্ঞানে হীন যদি হয় সেইজন, সাধনীৰ সঙ্গলাতে পূৰাব সি ক্ষতি সুশিক্ষা, সুনীতি ৪ানে কৰিব মহান। আৰু যদি মর্যাদাত নেহে সমতুল, অথবা পাত্ৰ জনে লইে সেই পণ, প্রত্যয়ে আহি তাৰ নাপাবহি মোক । বহু চিত্তা পাৰ হল গুণ-মান সই ; অপেক্ষা কৰিলো বহু তাৰ অভাৱত। আৰু ভাবি চাব লগা কথা,মালাই ভাগ্যগতি নােৱাৰে ৰােধিব পৰা নাই