পৃষ্ঠা:সাধনী.pdf/১৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সাধনী। -- -- - = বাঢ়ে মানে আগলই বেকাবকি বাট আৰু কত আও শাক ভৱ-সংসাৰৰ পাবলই আছে জীৱনত। ভাষে তাকে, পাওঁ বুলি তত্ত্ব কিবা সৃষ্টি-কৌশল। শান্তি কঠুৰা পুৰুষ-ভাব। নােহে নাৰী-নীতি। সধমী।—পুরুষ কচুৱা বুলি ত্যাজ্য নােহে সিটি। কঠিনে-কোমলে মিলি পুৰুষ-প্রকৃতি জানা, সৃষ্টি স্বৰগত; তাৰে আহি নৰ-নাৰী এই পৃখিবীত। এতেকে, কচুৱা বুলি নিলগােৱ। যদি পুরুষ-তন, প্রকৃতি তিষ্ঠিব কত ? গছত বগাই সউ চোৱ। তাজুপি কঠিনে-কোমলে কেনে হইছে মিলন! ইটিয়ে সাবটি ধৰি সিটিক জুৰায়, পিটিয়ে শৰীৰ পাতি ইটিক শুৱায় । এটি সদা আনটিৰ জীৱন সাৰথি ; তাৰে ফল মাখে। এই সংসাৰ-কানন। এয়ে জানা, আহি সংসাৰৰ। লতা হই ৰদ-তাপ গুচায় গছৰ সেই ৰূপে, নাৰী হই পুৰুষৰ শােকস্তাপ-দুখ, অধর্ম, অনীতি আৰু কুটিল স্বভাৱ আমিও গুচাব লাগে—এয়ে নাৰীনীতি।