পৃষ্ঠা:সাধনা- দণ্ডিনাথ কলিতা.djvu/৩৩০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সাধনা

তাৰ বাবে তোমাৰ ওপৰত মোৰ ৰোষ বা অভিমান হ’ব বুলি ভাবি ভুল নকৰিবা।

 তোমাৰ স্পষ্ট উত্তৰ পাবলৈ বাট চাই ৰ’লো।

তোমাৰ শুভাকাঙ্ক্ষী
দীনবন্ধু

 

—৩২৪—