পৃষ্ঠা:সত্যনাথ বৰাৰ জীৱন চৰিত.pdf/১৫৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
স্বৰ্গীয় সত্যনাথ বৰাৰ

উচিত, আৰু যেতিয়াই যিমানখিনি গোট খায় তাক এটা নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত পঠিয়াবলৈ কথা বান্ধি দিয়া উচিত।

 সম্প্ৰতি সভাৰ ভঁড়ালত ধন নাই। গতিকে আন কোনো কাম এতিয়া হাতত ল’ব নোৱাৰি, ধন গোট খালে, পাচত সেই বিষয়ে বিবেচনা কৰা যাব পাৰে।

 

গুৱাহাটী,
২৮।৭।১৮।

স্বাক্ষৰ —শ্ৰীসত্যনাথ বৰা।