পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটক নামঘোষ আচাৰবোৰৰ অৰ্থ বিষয়-বাসনাৰ ভাৰবোৰ অপোনা-আপুনি এ পৰিব। [ তোমাক ৰাগ, বেষ, লোভ, মোহে পীড়িব নোৱাৰে। ন বৈৰাগ্যাৎ পৰং ত্যাগং, ন প্ৰবোথাৎ পৰং সুখং। ন হৰে পৰতথ্ৰাতা, ন সংসাৰাৎ পৰে ৰিপু: ৩৫ [ ৩৫ ] বৈৰাগ্যত পৰে ভাগ্য নাহি প্ৰবোধত পৰে সুখ আৰ নাহি পুৰুষৰ। হৰি বিনে পৰিত্ৰাণ কৰ্ত্তা আন নাহি জানা ৰিপু নাহি সংসাৰত পৰ। বৈৰাগ্য-সংসাৰৰ প্ৰতি অনাশক্তি; স্বাৰ্থবিহীনতা। প্ৰবোধ -মন দিয়া সান্ত্বনা; নচেৎ পৰমাৰ্থত জ্ঞান। ( প্ৰকৃষ্টবোধ,. প্ৰবোধ)। সংসাৰ—বিষয় বাসনা। সংসাৰৰ প্ৰত অনাসক্তি ভাৱ ৰাধি অৰ্থ বাসনা এৰি যি কাম কৰিব পাৰে, সেয়ে ভগৱান আৰু মানুহে কাম কৰি যেতিয়াই যি ফল পায়, তাতে সন্তুষ্ট থাকি মনক সান্তনা দিয়াৰ সমান মানুহৰ সুখ নাই। অথবা, পৰমাৰ্থ তত্ত্বজ্ঞানৰ দৰে সুখদায়ক বস্তু আৰু নাই। বাসনাৰ সমান জীৱৰ ডাঙৰ শত্ৰু নাই, কিয়নো ই জীৱক সংসাৰত আৱদ্ধ ৰাখে। ভগৱানৰ বাহিৰে আন দেব-দেৱীয়ে জীৱক মুক্তি দিব নোৱাৰে। সকাম তাৰে ভগৱানক ভাবিলেও আকে। জীৰে। মুক্তি নাপায়। সেই নিমিত্তে বৈৰাগই জীৱৰ পৰম ভাগ্য আৰু