পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা (খদ নামকাৰি বহুধা নিজসৰ্বশক্তি- স্ত পিতানবিহিত: স্মৰণেইপি কাল। এতাদৃশী তব কৃপা ভগৱবৈ দুৰ্দৈবমীদৃশমিংজনি নমুৰ গ ৪১৮১ [ ৬৮১] আপোন নামক বহুতৰ কৰি নিজ সৰ্ব্ব শক্তি দিয়া কালৰ নিয়ম নিবিহিলা স্মৰণত। এতাদৃশী তব কৃপা হৰি মোহোৰ দুৰ্দৈৱ দেখা কিনে অনুৰাগ প্ৰভু নভৈলা তযু নামত। বহুতৰ-নান', শত সহস্ৰ। কালৰ নিয়ম নিবিহিলা সুৰণত—একান্তমনে না অষণ কৰিলে কালৰ ৰা মৃত্যুৰ হাতত পৰিব লগঃ নিয়ম নকৰি॥ হে প্ৰভু, তুমি তোমাৰ নিজ নাম বহুত কৰি (ৰাম, কৃষ্ণ, গোপাল, হৰি আদি } সেই নামক তোমৰ সৰ্বশক্তি দি [ তোমাৰ যিবোৰ শক্তি আছে, তেমৰ নামবোৰত সেইবোৰ শক্ত ৰাখি ] নাম স্মৰণৰ কালৰ নিয়ম নিব হল' অৰ্থ- যে তেমৰ সৰ্বশক্তি থকা নাম একান্তমনে লয়, সে কালৰ হ'ত বা মৃৰ হত এৰাব পাৰা বৰিসা; হে সৰ্ব্বদুধ হৰণ কৰে হৰি তে ম ৰ কী এনে; কিন্তু এছু, মোৰ দুৰ্ভ, গ, কেনে চোৱাচোন—তেম ৰ তেনে সদায় লব পৰা নামতে মোৰ অনুৰংগ নহল অৰ্থও তে,মাৰ মায়ৰ হাত সাৰিব পৰা শক্তিসম্পন্ন নামকে। ভাল পাই মই শামলায় অভ্যাস কৰিব নোৱাৰিলে।