পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা বাসনা খাৰ অন্তৰৰপৰা নাইকিয়া হয় [ ভগৱানে যেনে অৱস্থাতে ৰাখে আতে সন্ধা পাকা হয় সেই লোক মৃত্যুৰ পাচত বৈকুন্ত পায় অৰ্থাৎ গান থাকা পূৰীতে গৈ ৰাস কৰিবলৈ পায়। ( ৬৭৬] মহসৰ সঙ্গ লৈয়া হৰিত একান্ত চিত্ত দিয়া পৰম আনন্দে মায়ো হৰি গুণ নাম। সহজে কৃপালু দেৱ হৰি লৈবা আপোনাৰ দাস কৰি হৰিদাস হৈলে হৈবা ভাই পূৰ্ণকাম। ভক্তসকলৰ লগ লৈ ভগৱানত একান্ত মন ৰাখি পৰা আননে- ভগৱানৰ নাম গুণ কীৰ্ত্তন কৰা; ইয়াকে কৰিলে অলপতে কপাল হোৱা ভগৱালে তেওঁৰ সেৱক কৰি লব অৰ্থাৎ তেওঁৰ অনুগ্ৰহত তুমি তেওঁৰ চৰণত মন ৰাখিব পাৰিব, আৰু তেতিয়া (হৰিৰ সেৱক হলে) তোমাৰ মনৰ কামনা পূৰ্ণ হব অৰ্থাৎ মুক্তিলাভ কৰিব পাৰিবা। নামান্বয় [199] কৃষ্ণ নিগদতি অৰ্জ্জুনত দেহাদিক আমি অতিক্ৰমি হৈয়া আছে শুদ্ধ ব্ৰহ্মতো কৰি উত্তম। এতেকেসে জানা ইটো লোকে বেহুতো প্ৰখ্যাত হুয়া আছে মোৰ নাম ইটো প্ৰসিদ্ধ পুৰুষোত্তম।