পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ৰমানন্দ পদদ্বন্দ' মকৰ মধুৱতাঃ। যস্যাং দিশি বিৰাজতে সা গঙ্গা শতশ: প্ৰভা ঃ ৭৩ [৬৭৩ ] ৰমানন্দ পদ যুগলৰ মকৰ মধুব্ৰত প্ৰায় ভকতসকল যি দিশত প্ৰকাশয়। সিদিশ জানিবা গঙ্গাদেৱী অনেক প্ৰবাহৰূপে আতি পৰম নিৰ্ম্মল স্বৰূপে শোভা কৰয়। ৰমানন্দ-{ৰমা-লক্ষ্মী+ আনন? বিষ্ণু। মকৰ-ফুলৰ মধু ফুলৰ ৰেণু। ইয়াত—মধুলোভী। মধুব্ৰত-খামোৰা। বিষ্ণু চৰণৰ ভক্তসকল মধুলোভী ভোমোৰাৰদৰে পৃথিবীৰ যি ঠাইত থাকে, সেই ঠাই পবিত্ৰ সসলা গঙ্গদেৱীয়ে কেইবা সেঁত হৈ বৈ পৰম পবিত্ৰ জল স্বৰূপে শোভা কৰে; অৰ্থাৎ মধুলোভী তোমোৰ ফুসত পৰি থকাৰদৰে, ভগৱানৰ পদসেৱা ৰসত মুগ্ধ ভকতসকল কৃষ্ণ ধনতে মগ্ন থাকে। এনে ভক্ত পৃথিবীৰ যি যাইত থাকে, সেই ঠই গঙ্গৰ পবিত্ৰ জলে শুদ্ধ কৰাৰদৰে পৰিশুৰ হৈ উঠে। কৰ্ত্তনং জ’তে যত্ৰ ভুগে শ্ৰীমধুধিষঃ। তলীমাহন মুগ্ধ সাক্ষাৎ কৃষ্ণবল্লভ: ২৬৭৪ [ ৬৭৪ ] শ্ৰীমধুদ্বষ ঈশ্বৰৰ কীৰ্ত্তন মঙ্গল নিৰন্তৰ সিটো ভূমিভাগে শুদ্ধৰূপে হোৱে জাত।