পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪১১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লটীক নামঘোষ। ৪৭ সত্য, ত্ৰেতা, দ্বাপৰ, কলি এই চাৰি যুগ। সত্য যুগ আদি। এই সত্য যুগত হৰনামেই একমাত্ৰ শুদ্ধ ধৰ্ম আছিল। জীৱে এই ধৰ্ম অচৰণ কৰি মুক্তি লাভ কৰিছিস। পচত অন্যান্য যুগত দেৱতা- সকলে নানা অৱৰণ দি সেই শুধৰ্ম হৰিনাম-কীৰ্ত্তন লুকাই থলে। বৰ্ত্তম'নে শ্ৰীমন্ত শঙ্কৰে শাস্ত্ৰ মন্থন কৰি দেৱতাসকলে দিয়া নানা দেৱদেৱীৰ পূজৰ অৱৰণবোৰ ভেদ কৰিলে, অৰ্থাৎ সেই মূৰ্বিবোৰ বহিত কৰলে, অক অদিক পৰ সেই শুধৰ্ম্ম হৰম প্ৰকাশ কৰি তেওঁলোকে মুক্তি দিলে বা সকলোৰে নিমিত্তে মুক্তিৰ পথ প্ৰকাশ কৰিলে। আশ্ৰয় [ ৬৭• মহো জানা আমি চাৰি জাতি চাৰিও আশ্ৰমী নোহ অতি নোহে ধৰ্মশীল দান ব্ৰত তীৰ্থগামী। কন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপীভৰ্তা পদকমলৰ দাসৰ দাসৰ তান দাস ভৈলা আমি। চাৰি আশ্ৰম-ব্ৰহ্মচ, গাৰ্হস্থ্য, বানপ্ৰস্থ, যতি। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শুধু চাৰি জাতিৰ ভিতৰত কোনো জাতি বুলি মই গৌৰৱ বোধ নকৰে। ব্ৰহ্ম , গাৰ্হস্থ্য অদি চাৰি অশ্ৰমৰ কোনো আশ্ৰমৰ ধৰ্ম পালনে নকৰে বা সেইবোৰ সম্বন্ধে একো নাৱাৰোঁ; দান কৰা, ব্ৰত আচৰণ কৰা, তীৰ্থ পৰ্যটন কৰা ধৰ্ম্মপৰা ঋণে। মই নহওঁ, কিন্তু ভৰপূৰ আনৰ সাগৰ স্বৰূপ একান্ত ভক্ত গো-