পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৪০৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ 8. [ ৬৬৪ ] হে কৃষ্ণ পুত্ৰ পত্নী সঙ্গ তেজি তযুপদ চিস্তি নিত গৰ্ব্বশূন্য সন্তসবৰ আশ্ৰমে যাইবো। তাসম্বাৰ মুখপঝ মাজ হুইবে তযু কথামৃত নদী তাতে মগ্ন হুয়া দেহাৰ হাত এৰাইবো। হে কৃষ্ণ, পুত্ৰ-পত্নী সঙ্গ ত্যাগ কৰি, সদ যু তোমাৰ চৰণক চিন্তা কৰি অহৰুৰ শুন্য সাধুসকলৰ আশ্ৰলৈ যেন মই যাব পাৰে। সেইসকলৰ মুখপদ্মৰপৰা তোমাৰ অমৃতময় কৰাৰ নদী বৈ পৰে, মই সেই নদীত ডুব গৈ (তেৰাসকল কৰ তোমাৰ কথাৰ ৰস পান কৰি) যেন দেহৰ হাত এৰিব পাৰে, অৰ্ধ ও মুক্তিল,ভ কৰিব পাৰে। {প্ৰভু মোক সেই কৃপা কৰা।) তাৎপৰ্য্য চাং বেদানাৰ হৃদয় মদমাক্য বিধিন চতুৰ্বিৰ্ণ বৎ ঘুমঘটি নাৰায়ণপদং। ততেদ গাছে বয়মিহ চিদাখুনমধুন? পুণমো জানী মা ন হৰি পৰিতোষ কিমপি ৬১ [ue] চাৰিও বেদৰ চাৰি অক্ষৰ সাৰ কাঢ়ি আনি ব্ৰহ্মদেৱে বেকত কৰিয়া লৈলা নাৰায়ণ বাণী।