পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষা ওহং তেহভিধাস্যামি মহাপোষিকে ভান। যন্ত্ৰ শ তামণ্ডি শুনুকুলে চ সত মতি: ৬৪৮ [ ৬৪৮] তোমত কহিবো সেহি শাস্ত্ৰ তুমি আক শুনিবাৰ পাত্ৰ মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি। শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত মুকুন্দৰ পাদ পঙ্কজত আতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি॥ তুমি বৰ্ত্তমানে ভগৱানৰ উপাক, তুমি সেই শাস্ত্ৰ শুনিবৰ উপ- বু শোক; তোমাৰ আগত সেই মহা ভাগৱত শাস্ত্ৰৰ কথা কম; এই শাস্ত্ৰত শ্ৰদ্ধা হোৱা মাত্ৰে দুৰ্থাৎ এই শাস্ত্ৰ একান্তমনে শ্ৰৰণ কৰাৰ ফলত ভগৱানৰ চৰণ-পঘ্নত জীৱৰ অতি সোনকালে সুমতি জন্মে। জানী বিশ্ববিয়োৱ বৃত্তিহেতু: কৰ্ম্মণ্যন্ত বিচিত্ৰাণি হৰিশ্চকাৰ। যন্ত গায়তি শৃণোত্যনুমোদতে বা ভক্তি ভবেগতি হ্যপবৰ্গমাৰ্গে। (682) ( ৬৪৯ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু অনন্ত বিচিত্ৰ কৰ্ম্ম হৰি কৰা যিটো তাক গাৱে শুনে প্ৰশংসয়। অপৰ্গ দাতা ভগৱন্ত তাহান চৰণ পঙ্কজ তিনিৰো নিশ্চয় উত্তম ভক্তি হোৱয়