পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটৰ নামঘোষ [৪১] পৰম দুৰ্বোধ আত্ম তত্ত্ব তাৰ জ্ঞান অৰ্থে হষিত লীলা অৱতাৰ ধৰা তুমি কৃপাময়। তাহান চৰিত্ৰ সুধা সিন্ধু তাত ক্ৰীড়া কৰি দীনবন্ধু চাৰি পুৰুষাৰ্থ তৃণৰ সম কয়। আত্ম কি, আত্মাৰ ৰূপ কি ইত্যাদি বিষয় আঁতিগুৰি ৰা আতি কষ্টসাধ্য। তাক জনাৰৰ অৰ্থে হে হৰি, তুমি যুগে যুগে নানা - শীলা অভৰ পৰা; তোমাৰ সেই নীলা পতাৰৰ চৰিত অতৰ সাগৰৰ ৰূপ (সেইবোৰ আলোচনা কৰিলে পৰিমে ৰস পোৰ গ)। ৫ দীনবন্ধু, তুমি সেই চৰিৱৰোৰৰ ভিতৰতে অছা, তোমাৰ সেই নীল-মালাই (চৰিত্ৰই চাৰি পুৰুষাৰ্থক তৃণৰ সমান কৰে অৰ্থাৎ তোৰ সেই শীশ-মালা আলোচনা কৰিলে যি ৰ দৰে, সি ধ, আ, ক, মোক চাৰি পুৰুষাৰ্থকো চেৰ পেলা। নৈৰ কিয় কৰাৰ উমস্য পুংসাং তালিকা নিত না। চিং বিৰিণতঃ সাতি ধেমধুনা অহাতি বক্স ০২ [ ৬৪২] উক্ৰম পদৰেণু সেৰি ছয় উৰ্ম্মি জিনিলেক যিটো সিটো পুৰুষৰ জানিবা আশ্চৰ্য্য নাই।