পৃষ্ঠা:সটীক নাম-ঘোষা.pdf/৩৭৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সটীক নামঘোষ। ost বুদ্ধি-বুধ= জ্ঞান কৰ+ ক্তি) জ্ঞান, বোধ, নিশ্চয়াত্মিক মনোবৃত্তি। বসন্ত-অসৎ, মন্দ। জাৰ-উল, অন্য; জাৰপতি উপপতি। ভগৱানৰ সহস্ৰ নাম অতি অলপ আয়াতে মুখেদি সৰ সৰে আহে এনে সহ নাম লৰ এৰি কুমতি মানুহে সদায় কৱস বিপৰীত কথা কৈ গাই ফুৰে; ান তানৰ তত্ত্ব; এই শাশ্বত বস্তুৰ চিন্তা এৰি বেশ্যাই উপপতিত সদায় মন ৰাধাৰদৰে এই কুমতি লোকসকলে সৎ বৰ কথাহে তাখে। নৃদেহস্থং সুলভং স্বল্প তং প্লৱ অকল্যং গুৰু কৰ্ণধাৰং। ময়ানুকুলেন নভম্বতেৰিতং পুষন ভৱাদ্ধিং ন তৰেৎ স আত্মহা॥৪০২ [৬২৪] সমস্তৰ আদি নৰতনু উদ্যম কোটিয়া নোয় পুনু কোনো ভাগ্যোদয়ে পায় না, দৃঢ় আতি। গুৰু তৈলা আত কৰ্ণধাৰ কৃষ্ণ ভৈল অনুকুল বায়ু তথাপি সংসাৰ নতৰয় আত্মঘাতী | উচ্চ কোটিয়েঅনেক চেষ্টা কৰিও। কোনো ভাগ্যোদয়ে—কিবা সৌভাগ্যৰ ফলত। ধৰ্ম, অৰ্থ, কাম, মোক্ষ সাধনৰ মূল ভেটি নত, মনুষ্য জন্মৰ বাহিৰে আন জম্মত এই চাৰিবিধ লাভ কৰিব নোৱাৰি। এই জন্ম অবাৰত কটালে হাজাৰ চেষ্টা কৰিও, পৰজন্মত আৰু মানৱী কায়া পোৰ টান—কিবা সৌভাগ্যৰ গুণ এই নতনু স্বৰূপ কঠিন নৌকা